Kinu Sawonire - Original - Zubeen Garg

Kinu Sawonire - Original

Zubeen Garg

00:00

05:18

Similar recommendations

Lyric

ঐ, নাচনী

ঐ, কলিজা খাইছ দেই, আয়ৈ

ঐ, অঁ, ঐ

মিহি-মিহিকে', ঐ, ঐ, অঁ, ঐ

আয়ৈ, ঐ, অঁ

দেহি, ঐ

ঐ, কিনো চাৱনিৰে চালা মোক, ঐ!

দেহা সিৰ্-সিৰাই গ'ল, মইনাজান, ঐ

দেহা সিৰ্-সিৰাই গ'ল, মইনাজান, ঐ

পেটলৈ ভাত নোযোৱা

পেটলৈ ভাত নোযোৱা হ'ল (আয়ৈ)

ঐ, কিনো হাঁহিটিৰে মুহিলা, ঐ!

নুবুজা সাঁথৰ হ'ল, মইনাজান, ঐ

নুবুজা সাঁথৰ হ'ল, মইনাজান, ঐ

নোকোৱাকৈ মনৰ কথা

নোকোৱাকৈ মনৰে কথা ৰ'ল

ঐ, কিনো চাৱনিৰে চালা মোক, ঐ!

দেহা সিৰ্-সিৰাই গ'ল, মইনাজান, ঐ

দেহা সিৰ্-সিৰাই গ'ল, মইনাজান, ঐ

পেটলৈ ভাত নোযোৱা

পেটলৈ ভাত নোযোৱা হ'ল

অ', কিনোতো জুইৰে অগনি, ঐ!

নোৱাৰি সহিব, মইনাজান, ঐ

নোৱাৰি সহিব, মইনাজান, ঐ

যেন বুকুত মাৰে ঢেঁকীৰে

যেন বুকুত মাৰে ঢেঁকীৰে চাপ

জীয়া যৌৱন বুকুত বান্ধি, ঐ

কিমান দিন থাকিম, মইনাজান, ঐ!

কিমান দিন থাকিম, মইনাজান, ঐ!

যেন পৰিব বয়সৰ

যেন পৰিব বয়সৰ ছাঁ

কিনোতো জুইৰে অগনি, ঐ!

নোৱাৰি সহিব, মইনাজান, ঐ

নোৱাৰি সহিব, মইনাজান, ঐ

যেন বুকুত মাৰে ঢেঁকীৰে

যেন বুকুত মাৰে ঢেঁকীৰে চাপ

ঐ, মাৰি থাকাঁ লাহে লাহে

(অঁ) সঁচা দেই (অঁ)

ঐ, ঘূৰি ঘূৰি (অঁ, সঁচাই দেই)

আয়ৈ

দেহি, ঐ

দিছোঁ বুকু পাতি, মাৰাঁ যাঠি মোক, ঐ

তেজেৰে বৈ যাব বোৱঁতী নৈ

তেজেৰে বৈ যাব বোৱঁতী নৈ

মৰি মৰি যেন তোমাৰ কাষ

মৰি মৰি যেন তোমাৰে কাষ পাম

বুজোঁ চকুৰে ভাষাটি, ঐ

নক'লেও বুজোঁ কথাটি, ঐ

নক'লেও বুজোঁ কথাটি, ঐ

যেন হিয়া ভৰাই তোমাক

যেন হিয়া ভৰাই তোমাক চাওঁ

দিছোঁ বুকু পাতি, মাৰাঁ যাঠি মোক, ঐ

তেজেৰে বৈ যাব বোৱঁতী নৈ

তেজেৰে বৈ যাব বোৱঁতী নৈ

মৰি মৰি যেন তোমাৰ কাষ

মৰি মৰি যেন তোমাৰে কাষ পাম

অ', কোনো দূৰণিৰ বাঁহীটি, ঐ

ভাহি আহে মিঠা সুৰ এটি, ঐ

ভাহি আহে মিঠা সুৰ এটি, ঐ

যেন বুকুতে বজা যেন

যেন বুকুতে বজা যেন পায় (মাৰি থাকাঁ)

অ', সপোনতে দেখা দিলাহি, ঐ

কিনো ক'লা— বুজি নাপালোঁ, ঐ!

কিনো ক'লা— বুজি নাপালোঁ, ঐ!

দিঠকলৈহে বাটে মই

দিঠকলৈহে বাটে মই চাম (ভাল লাগিছে)

কোনো দূৰণিৰ বাঁহীটি, ঐ

ভাহি আহে মিঠা সুৰ এটি, ঐ

ভাহি আহে মিঠা সুৰ এটি, ঐ

যেন বুকুতে বজা যেন

যেন বুকুতে বজা যেন পায়

যেন বুকুতে বজা যেন পায় (ঐ, নাচনী, ঐ, শুনিছনে?)

যেন বুকুতে বজা যেন পায়

এইবাৰ সেই মাৰ, ঘূৰি ঘূৰি

ঐ, নেৰিবাঁ

মাৰি থাকাঁ

- It's already the end -